আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী ইমৰান হুছেইনক গ্ৰেপ্তাৰ

হোজাইৰ যমুনামুখত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী আটক ৷ ধৃত লোকজনৰ নাম ইমৰান হুছেইন ওৰফে চেলিম। ইমৰান হুছেইনৰ ঘৰ মোৰাঝাৰৰ পদুমনিত ৷

ইমৰাণে বহু যুৱতীক প্ৰলোভনেৰে সংযুক্ত আৰব এমিৰেটলৈ প্ৰেৰণৰ অভিযোগ। কেৱল UAEই নহয় ওমান, চৌদি আৰব, ডুবাই, কুৱেটলৈ প্ৰেৰণ কৰাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...