আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী ইমৰান হুছেইনক গ্ৰেপ্তাৰ

হোজাইৰ যমুনামুখত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী আটক ৷ ধৃত লোকজনৰ নাম ইমৰান হুছেইন ওৰফে চেলিম। ইমৰান হুছেইনৰ ঘৰ মোৰাঝাৰৰ পদুমনিত ৷

ইমৰাণে বহু যুৱতীক প্ৰলোভনেৰে সংযুক্ত আৰব এমিৰেটলৈ প্ৰেৰণৰ অভিযোগ। কেৱল UAEই নহয় ওমান, চৌদি আৰব, ডুবাই, কুৱেটলৈ প্ৰেৰণ কৰাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...