ভয়ংকৰ দুৰ্ঘটনা, সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, তামিলনাডুৰ কুনুৰত ভয়ংকৰ ঘটনা, হেলিকপ্টাৰত CDS বিপিন ৰাৱট থকাৰ সন্দেহ। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে ফটো আৰু ভিডিঅ পোহৰলৈ আহিছে। সেই অনুসৰি হেলিকপ্টাৰখন জ্বলি যোৱা দেখা গৈছে। মুঠ ছজন লোক থকাৰ সন্দেহ হেলিকপ্টাৰত। দেশজুৰি প্ৰাৰ্থনা আৰু সকলোৰে মংগল কামনা কৰিছে। তামিলনাডুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...