APSC পৰীক্ষাৰ ফলাফল ঘোষণা, তালিকাত আছেনে আপোনাৰ নাম? কোনে লাভ কৰিলে শীৰ্ষস্থান?

APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা। ACS পদত ১২১গৰাকী উত্তীৰ্ণ। APS পদত ৬৯গৰাকী উত্তীৰ্ণ। কৰ অধীক্ষক পদত ৬গৰাকী উত্তীৰ্ণ। DTO পদত ৫গৰাকী উত্তীৰ্ণ। শ্ৰম পৰিদৰ্শক পদত ১৮গৰাকী উত্তীৰ্ণ। কৰ পৰিদৰ্শক পদত ২৭গৰাকী উত্তীৰ্ণ। আবকাৰী পৰিদৰ্শক পদত ৭গৰাকী উত্তীৰ্ণ। BDO পদত ৩৩গৰাকী উত্তীৰ্ণ। সহকাৰী নিয়োগ বিষয়া পদত ৪গৰাকী উত্তীৰ্ণ। উপ পঞ্জীয়ক পদত ৩১গৰাকী উত্তীৰ্ণ। উদ্যোগ বিভাগৰ সহকাৰী প্ৰৱন্ধক পদত ১০গৰাকী উত্তীৰ্ণ। শীৰ্ষস্থান দখল কৰিছে বিজিত পাঠকে। জুৰি কলিতাই দ্বিতীয় স্থান, তৃতীয় স্থানত জেবিন জুলনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...