গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বিমানজ্যোতি বৈশ্য নামৰ ২১ বছৰীয়া যুৱকক নৃশংস হত্যা। জাপৰিগোগৰ কৃষ্ণ নগৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড। নিশা ঘৰৰ পৰা ওলাই অহাৰ পথত দুৰ্বৃত্তই আক্ৰমণ। মূৰত গধুৰ সামগ্রীৰে প্ৰহাৰ কৰিছিল বিমান জ্যোতি বৈশ্যক। যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল GMCHত। GMCHত মৃত্যু গণেশগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী বিমান। পৰিয়ালৰ অভিযোগ বন্ধুৱে মাতি নি হত্যা কৰিছে বিমান বৈশ্যক। দিছপুৰ থানাত এজাহাৰ দাখিল, সম্পন্ন হৈছে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...