ছিণ্ডিকেট, হানি ট্রেপিং অখিলে চলায়!

▶️অখিল গগৈক ছিণ্ডিকেট-স্মাগলিঙৰ গোচৰত গ্রেপ্তাৰৰ ষড়যন্ত্র
▶️বন্দিত্বৰ পৰা অখিল গগৈৰ অসমৰ ৰাইজলৈ কাতৰ অনুৰোধ
▶️বন্দীশাললৈ চিৰদিনলৈ নিক্ষেপ কৰাৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান
▶️বিৰোধী পক্ষত থাকি চৰকাৰক বিপদত পেলাও বুলিয়েই এই ষড়যন্ত্র।
▶️মোৰ কণ্ঠ, মোক মানুহটোক আপোনালোকে বচাওক: অখিল গগৈ
▶️চুপাৰি ছিণ্ডিকেট, গৰু ছিণ্ডিকেট, হানি ট্রেপিং অখিলে চলাই বুলি সাক্ষ্য গোপন ব্যক্তিৰ
▶️অখিল গগৈয়ে ঝাৰখণ্ডত প্রশিক্ষণ লোৱাৰ প্রমাণ ৰূপে এখন ফটো দাখিল NIAৰ
▶️ফটোত নীলা টি-ছাৰ্ট পিন্ধা এজনক অখিল গগৈ বুলি দাবী
▶️এই গোচৰত ছাৰ্জফ্রেম কৰাৰ ষড়যন্ত্র
▶️পত্রযোগে প্রতিক্রিয়া অখিল গগৈৰ
▶️শুনানিৰ বাবে মহাধিবক্তাই বিচাৰিছে ১০দিনৰ সময়
▶️মোৰ ভাগ্যলিপি পুনৰ লিখা হ’ব এই ১০দিনত : অখিল গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...