মিত্ৰতাৰ নামত প্ৰতাৰণা কৰিব নিদিও কংগ্ৰেছক : অখিল গগৈ

দিল্লীৰ পৰা উভতিল অখিল গগৈ
ৰাহুল গান্ধীৰ পৰা পালে সেউজ সংকেট

প্ৰদেশ কংগ্ৰেছৰ পৰা সেউজ সংকেট নাপালেও ৰাহুল গান্ধীৰ পৰা মিত্ৰতাৰ সেউজ সংকেত লৈ দিল্লীৰ পৰা উভতিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পূৰ্বে মিত্ৰতাৰ নামত প্ৰতাৰণা কৰি কংগ্ৰেছে ৰাইজৰ দলক দোষ জাপি দিয়াৰ সুযোগ এইবাৰ অখিল বাহিনীয়ে নিদিয়ে বুলি মন্তব্য কৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় সকলো পৰ্যায়ৰ নেতাৰ সৈতে আলোচনাত মিলিত হৈছে অখিল গগৈ। শুকুৰবাৰে দুপৰীয়া দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমান বন্দৰত এই মন্তব্য কৰে বিধায় অখিল গগৈয়ে। আনহাতে, আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’লে ৰাইজৰ দলে ৬টা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলিও মন্তব্য অখিল গগৈৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...