UPSC-২০২৩ত উজলিল আজমল IAS একাডেমীৰ আজমল হুছেইন

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পদত সফলতা লাভ কৰিছে আজমল আই এ এছ একাডেমীৰ মেধাবী শিক্ষাৰ্থী আজমল হুছেইনে।

আজমল হুছেইনৰ ঘৰ বৰপেটাত৷ তেওঁৰ সাফল্যত আজমল পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী৷ আজমল IAS একাডেমীৰ দিকদৰ্শন আৰু নিজৰ একাগ্ৰতা আৰু সাধনাৰ বলত UPSCত স্থান পাবলৈ সক্ষম হয় আজমল হুছেইনে।

উল্লেখযোগ্য আজমল হুছেইনে আজমল আই এ এছ একাডেমীৰ Interview Guidance Programত অংশগ্ৰহণ কৰি UPSC ৰ বাবে প্ৰস্তুতি চলাইছিল আজমল হুছেইনে।

আজি UPSC ৰ ফলাফল উলোৱাৰ পিছতে ৰাজ্যৰ লগতে আজমল পৰিয়ালৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় আজমল হুছেইন।

আজমল হুছেইনৰ এই কৃতিত্বত উৎফুল্লিত আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম সহ আজমল ফাউণ্ডেচনৰ বিষয়ববীয়াসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...