তালিবানক সমৰ্থন : AIUDFৰ সা:সম্পাদকক নিলম্বন

ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হোৱাৰ পিছতে সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমিক নিলম্বন AIUDFৰ। আইনে নিজৰ পথ ল’ব বুলি প্ৰকাশ কৰি AIUDFৰ প্ৰচাৰৰ দ্বায়িত্বত থকা উপ-সভাপতি আৱাল মজিদে কয় যে, তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে, এই পৰ্যন্ত ৩জন মৌলানা, এজন ৱেব পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিক, এজন আৰক্ষীৰ সৈতে জমিয়ত উলেমা আৰু AIUDFৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্বত থকা ফজলুল কৰিম কাছিমিসহ ১৫জনক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...