মানৱজাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে নেকি প্ৰকৃতি?

মানৱজাতিৰ প্ৰতি যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ইটোৰ পাছত সিটোকৈ প্ৰকৃতিক দুৰ্যোগে জোকাৰি গৈছে মানৱজাতিক। ছিকিমৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হৈছে এক ভূমিকম্পৰ ঘটনা। এই ভূমিকম্পৰ ঘটনাত মৃত্যু হৈছে ২০০০তকৈও অধিক লোকৰ।

ছিকিমৰ ঘটনাৰ মাজতে এইবাৰ ভূমিকম্পত তচনচ হ’ল আফগানিস্তান। আফগানিস্তানৰ হেৰাট প্ৰদেশত হোৱা এই ভূমিকম্পত ২,০০০তকৈও অধিক লোক নিহত হৈছে।

এক প্ৰতিবেদন অনুসৰি এই ভূমিকম্পৰ ফলত ৪৬৫ টা ঘৰ ধ্বংস হয়। এই সময়তো বহুতো লোক খহি পৰা অট্টালিকাৰ তলত আৱদ্ধ হৈ থাকিব পাৰে। ভূমিকম্পটোৰ কেন্দ্ৰস্থল হেৰাট চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...