গুৱাহাটীত নামজাৰি জালিয়াতি কাণ্ডত গ্ৰেপ্তাৰ অধিবক্তা

  • গুৱাহাটীত নামজাৰি জালিয়াতি কাণ্ডত গ্ৰেপ্তাৰ অধিবক্তা
  • ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাকিৰ ওজাক
  • আৰক্ষীয়ে সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে জাকিৰ ওজাক
  • মৃত লোকৰ নামত ভূমিৰ নামজাৰিৰ চুক্তি কৰিছিল অভিযুক্ত অধিবক্তাজনে
  • মাটি বিক্ৰীৰ ভুৱা চুক্তিপত্ৰ প্ৰস্তুত কৰাৰ অভিযোগ অধিবক্তাজনৰ বিৰুদ্ধে
  • ১৯৮৫তে মৃত্যু হোৱা লোকৰ নামত ২০০৫ বৰ্ষত কৰিছিল ভূমিৰ নামজাৰি
  • 03/2024 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ পলাতক জাকিৰ ওজাক
  • উপ পঞ্জীয়ক, চক্ৰ বিষয়াক মেনেজ কৰি ভুৱা নামজাৰিৰ তথ্য লাভ আৰক্ষীৰ
  • একেটা গোচৰতে পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ACS লক্ষ্যজ্যোতি দুৱৰীয়াক
  • ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওছেনকো
  • আৰক্ষীয়ে আদালতত হাজিৰ কৰে ধৃত অধিবক্তা জাকিৰ ওজাক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...