অভিনেত্ৰী সুহানি ভাটনাগৰ আৰু নাই

DANGALছবিত কণমানি ববিতা ফোগাতৰ চৰিত্ৰত অভিনয় কৰা সুহানি ভাটনাগৰ আৰু নাই। অভিনেত্ৰীগৰাকীৰ ১৭ ফেব্ৰুৱাৰীত দিল্লীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ। সুহানী ভাটনাগৰৰ মৃত্যুৱে সকলোৱে শোকাহত কৰি তুলিছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে দুৰ্ঘটনাত ভৰি ভাঙিছিল সুহানীৰ। সেই চিকিৎসাৰ বাবে ঔষধ খাইছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ পৰাই পাৰ্শ্বক্ৰিয়া আৰম্ভ হয়, শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। তাৰ ফলতে তৰুণী অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিছুদিন ধৰি দিল্লীৰ এইমছত ভৰ্তি হৈ আছিল ফৰিদাবাদৰ কন্যা সুহানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...