অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু

অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু। বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী। বড়ো জনগোষ্ঠীৰ এগৰাকী লোক-শিল্পী হিচাপেও জনপ্ৰিয় আছিল বসুমতাৰী।

মঙলবাৰে নিশা প্ৰায় ৯:৪৭ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অভিনেতাজনৰ। মহানগৰীৰ গড়চুকত শেহতীয়াকৈ স্থায়ীভাৱে বসবাস কৰা অভিনেতা-শিল্পীজনৰ ঘৰ আছিল বাক্সা জিলাত। অভিনেতাজনৰ বিয়োগত শোকৰ ছাঁ পৰিয়ালৰ লগতে সাংস্কৃতিক মহলত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...