পত্নী-কন্যাক এচিড আক্ৰমণ, পাষণ্ড স্বামী জাহিদুলৰ ভয়ংকৰ কাণ্ড

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। অভয়াপুৰীৰ টাপাট্টাৰীত পত্নী আৰু ১১ বছৰীয়া কন্যাক এচিড আক্ৰমণ কৰিলে স্বামীয়ে। পাষণ্ড স্বামী জাহিদুল হকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি। ঘটনা সংঘটিত কৰিয়েই পলায়ন স্বামীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...