যাত্রীবাহী বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, আহত আব্দুল হান্নান আৰু বিল্লাল্ল উদ্দিন

ঈদৰ প্ৰকমুহূৰ্তত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ধিঙত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে দুজন লোক। নগাঁও-ভূৰাগাঁও সংযোগী পথত এখন AS-12E-2572 নম্বৰৰ যাত্রীবাহী বাছ আৰু এখন AS-21F-2346 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আব্দুল হান্নান আৰু বিল্লাল্ল উদ্দিন নামৰ দুজন বাইক আৰোহী দুজন আহত হৈছে। আহত লোক দুজনৰ ঘৰ ধিঙৰ ম’হখুঁটিত। ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে যাত্রীবাহী বাছসহ চালকজনে। আহত দুয়োজনকে ভৰ্তি কৰোৱা হৈছে ধিং হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...