মেট্ৰিক পৰীক্ষা দি ঘৰলৈ যোৱাই নহ’ল

চাৰিদুৱাৰত পথ দুৰ্ঘটনাত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু। অসম–অৰুণাচল সীমান্তৰ শালবাৰীত এই দুৰ্ঘটনা। পৰীক্ষা দি ঘৰলৈ উভতাৰ পথতে এই ঘটনা। চেলেঙিমাৰী পৰীক্ষাকেন্দ্ৰৰ পৰা ভালুকপুঙৰ ঘৰলৈ গৈছিল বাইকেৰে। অচিনাক্ত বাহনৰ খুন্দাত নিহত টেনজিং গয়াৰী নামৰ ছাত্ৰজন। দুৰ্ঘটনাত ৰিণ্ডা বসুমতাৰী আৰু ৰিংচা নাৰ্জাৰী নামৰ দুগৰাকী ছাত্ৰ আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...