মাধ্যম বিতৰ্কক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ আছু

মাধ্যম বিতৰ্কক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ আছু
২৪ জানুৱাৰীত সমগ্ৰ ৰাজ্যত কেবিনেট সিন্ধান্তৰ প্ৰতিলিপি দাহ
২৭ জানুৱাৰীত সমগ্ৰ ৰাজ্যজুৰি চাইকেল ৰেলী
১ ফেব্ৰুৱাৰীত জিলাই জিলাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ
৫ ফেব্ৰুৱাৰীত সমগ্র ৰাজ্যজুৰি শিক্ষামন্ত্রীৰ প্ৰতিকৃতি দাহ
১০ ফেব্ৰুৱাৰীত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনশন কাৰ্যসূচী
ফেব্ৰুৱাৰীৰ শেষৰ ভাগত গুৱাহাটীত মাতৃভাষাৰ প্ৰত্যাহ্বান শীৰ্ষক সভা
মাৰ্চৰ শেষত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ
প্ৰতিবাদত বাধা দিলে চৰকাৰৰ বিৰুদ্ধে কঠোৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...