BRM আইন মহাবিদ্যালয়ত সদৌ অসম আইন ছাত্র সন্থা সমৰ্থিত প্ৰাৰ্থীৰ জয়

অসমৰ প্ৰথম তথা একমাত্ৰ চৰকাৰী আইন শিক্ষা অনুষ্ঠান বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যায়লত আজি ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যায়।

মহাবিদ্যালয় খনত বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থীত্ব আগবঢ়োৱা ছাত্ৰ সকলৰ মাজৰ পৰা সদৌ অসম আইন ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী সকলে বৃহৎ ভোটত জয়লাভ কৰে।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ হৈ আশিদুল হকে সাধাৰণ সম্পাদক, মধুস্মিতা কাকতিয়ে উপ-সভানেত্ৰী, ৰিবৰিব্ কাশ্যপে সাংস্কৃতিক সম্পাদিকা, মনোৱাৰ হুছেইনে তৰ্ক বিভাগৰ সম্পাদক আৰু ৰিঅ’ দৈমাৰীয়ে ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক হিচাপে জয় লাভ কৰে। জয় লাভ কৰা প্ৰাৰ্থী সকলক সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ বৰা, কেন্দ্ৰীয় নেতা শান্তনু পেগু আৰু আব্দুল হুদাই সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...