হৃদয়বিদাৰক! দুৰ্ঘটনাত মৃত্যু ৮জনকৈ লোকৰ

উত্তৰাখণ্ডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। য’ত এখন জীপ ৫০০ মিটাৰ দ খাৱৈত পৰে। এই পথ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে। জীপখন খাৱৈত পৰি যোৱাৰ পিছত, স্থানীয় লোকসকল ঘটনাস্থলীলৈ যায় আৰু আহতসকলক জীপৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে জীপখনত মুঠ ১১ জন লোক আছিল, ইয়াৰে ৬জনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ২জনৰ হাস্পতালত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই দুৰ্ঘটনাটো নৈনিতালৰ ওখলকান্দাত সংঘটিত হৈছে। য’ত দাল কন্যাৰ বাসিন্দা ৰাজু পানেৰুৰ জীপখন ৫০০ মিটাৰ গভীৰ খাৱৈত পৰি গৈছিল। সেই সময়ত জীপখনত ১১ জন লোক আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...