পিযুষ হাজৰিকাক অসম টেবুল টেনিছ সংস্থাৰ সভাপতিৰ দ্বায়িত্ব

আজি অসম টেবুল টেনিছ সংস্থাই জলসম্পদ, তথ্য-জনসম্পৰ্ক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাক অসম টেবুল টেনিছ এছ’চিয়েশ্যনৰ (ATTA) সভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্যে যে, সংস্থাটোৰ প্ৰাক্তন সভাপতি মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছৰে পৰা পদটো খালী হৈ আছিল। ভাৰ্চুৱেল সভাখন সভাপতিত্ব কৰে অসম টেবুল টেনিছ সংস্থাৰ উপ-সভাপতি মুনিন নবিছে। ATTAৰ সকলো কাৰ্যবাহী সদস্য আৰু অনুমোদিত জিলাই সৰ্বসন্মতিক্ৰমে নতুন সভাপতি হিচাপে পিযুষ হাজৰিকাক নিৰ্বাচিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...