মিত্ৰতাৰ নামত প্ৰতাৰণা কৰিব নিদিও কংগ্ৰেছক : অখিল গগৈ

দিল্লীৰ পৰা উভতিল অখিল গগৈ
ৰাহুল গান্ধীৰ পৰা পালে সেউজ সংকেট

প্ৰদেশ কংগ্ৰেছৰ পৰা সেউজ সংকেট নাপালেও ৰাহুল গান্ধীৰ পৰা মিত্ৰতাৰ সেউজ সংকেত লৈ দিল্লীৰ পৰা উভতিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পূৰ্বে মিত্ৰতাৰ নামত প্ৰতাৰণা কৰি কংগ্ৰেছে ৰাইজৰ দলক দোষ জাপি দিয়াৰ সুযোগ এইবাৰ অখিল বাহিনীয়ে নিদিয়ে বুলি মন্তব্য কৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় সকলো পৰ্যায়ৰ নেতাৰ সৈতে আলোচনাত মিলিত হৈছে অখিল গগৈ। শুকুৰবাৰে দুপৰীয়া দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমান বন্দৰত এই মন্তব্য কৰে বিধায় অখিল গগৈয়ে। আনহাতে, আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’লে ৰাইজৰ দলে ৬টা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলিও মন্তব্য অখিল গগৈৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...