কাজিৰঙাৰ মাজেৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা

বানৰ পৰিস্থিতি উন্নত নোহোৱালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ অসম চৰকাৰৰ। উত্তৰ পাৰেৰে চলিব গধুৰ যান বাহন।

  • উজনিৰ পৰা নামনিলৈ ৰাওনা হোৱা বাহনৰ বাবে নিৰ্দেশ।
  • ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ পাৰেৰে নামনিলৈ যাব।
  • নামনিৰ পৰা উজনিলৈ যোৱা বাহনসমূহৰ বাবেও নিৰ্দেশনা।
  • শৰাইঘাট দলং-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ উজনিলৈ…
  • ৰঙিয়া-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ এই দুটা পথেৰে নামনিৰ পৰা উজনিলৈ যাব পাৰিব।
  • গুৱাহাটীৰ মাজেৰে যাবলগীয়া বাহনসমূহ কলীয়াভোমোৰা সেতু হৈ উত্তৰ পাৰ-বগীবিল দলঙেৰে উজনিলৈ যাব পাৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আৰক্ষীৰ এই পথ নিৰ্দেশনা।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল কিদৰে চলিব? জানক এই সেউজ ইঞ্জিনৰ আঁৰৰ বিজ্ঞান

ভাৰতীয় ৰে’লৱেই দেশৰ পৰিবহণ খণ্ডত এক নতুন আৰু পৰিৱেশ-অনুকূল...