গুৱাহাটীলৈ স্থানান্তৰিত হ’ব OILৰ মুখ্য কাৰ্যালয়

উত্তৰ গুৱাহাটীৰ Skill Development Instituteত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী
‘অচিৰেই গুৱাহাটীলৈ স্থানান্তৰিত হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়’

উত্তৰ গুৱাহাটীত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
পেট্ৰ’লিয়ামৰ দায়িত্ব লাভ কৰি এজন অসমীয়া হিচাপে গৌৰৱবোধ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

অইল ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটো আজি পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে। প্ৰতিষ্ঠানটোত বৰ্তমান ১৬টা পাঠ্যক্ৰম আছে যদিও অনাগত দুবছৰত আৰু ৪টা নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পোষকতা। নতুন পাঠ্যক্ৰমে যুৱক যুৱতীক আত্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি মতপোষণ তেলীৰ। ৰাজ্যৰ উপ-নিৰ্বাচন সম্পৰ্কতো তেলীৰ মন্তব্য আটাইকেইখন আসনতে জয়ী হ’ব বিজেপি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...