সত্য প্ৰমাণিত NKTVৰ বাতৰি! SCRUB TYPHUSত আক্ৰান্ত চিকিৎসক–চিকিৎসাকৰ্মী

সত্য প্ৰমাণিত NKTVৰ বাতৰি। DRDO ক’ভিড কেয়াৰ হাস্পতালত SCRUB TYPHUS ৰোগ। শুকুৰবাৰে খালি কৰি দিয়া হ’ল DRDO ক’ভিড হাস্পতাল। নমুনা সংগ্ৰহ কৰা ৩৯জনৰ ভিতৰত ২৯জনেই আক্ৰান্ত।

  • DRDO হাস্পতালৰ অধীক্ষক ডাঃ ৰাজপ্ৰতীম দাসো আক্ৰান্ত
  • SCRUB TYPHUSত আক্ৰান্ত চিকিৎসক–চিকিৎসাকৰ্মী
  • DRDO ক’ভিড হাস্পতালৰ পৰা স্থানান্তৰ ৪০ ক’ভিড ৰোগী
  • GMCHলৈ স্থানান্তৰ DRDO ক’ভিড হাস্পতালৰ ৰোগীক
  • NKTV-এ ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিল এই খবৰ
  • NKTVৰ ধাৰাবাহিক বাতৰিৰ পিছতে সিদ্ধান্ত স্বাস্থ্য বিভাগৰ
  • নিগনি-এন্দুৰৰ পৰা সোঁচৰে ৰিকেটছিয়া বেক্টেৰীয়া
  • ৰিকেটছিয়াৰ পৰা হয় SCRUB TYPHUS
  • চলিত বৰ্ষৰ ১০ জুনত উদ্বোধন কৰা হৈছিল অত্যাধুনিক হাস্পতালখন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...