ৰেচন পাবলৈ আধাৰ কাৰ্ড বাধ্যতামূলক

শনিবাৰে জনতা ভৱনত যোগান মন্ত্ৰী ৰঞ্জিত দাসে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলত প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা সম্পৰ্কত কেইবাটাও সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

  • মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এতিয়াৰে পৰা এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে অসম।
  • ৰাজ্যৰ ভুৱা হিতাধিকাৰী সকলক চিনাক্ত কৰা হ’ব
  • অসাধু ব্যক্তিয়ে ৰেচন কাৰ্ডৰ যোগেদি সামগ্ৰী লৈ আহিছিল
  • এতিয়াৰ পৰা ৰাজ্যত Bio Matric পদ্ধতি প্ৰয়োগ কৰা হ’ব
  • ৩৩৯৭৮খন সুলভ মূল্যৰ দোকানৰ যোগেদি সামগ্ৰী দিয়া হ’ব
  • আজিৰে পৰা অত্যাধুনিক মেচিন ব্যৱহাৰ হ’ব যোগান বিভাগত
  • অসমত মুঠ ৫৮,৯০,৯২৯টা পৰিয়ালে এই সুবিধা লৈ আহিছিল
  • ২কোটি ৫০লাখ ৫১ হাজাৰ ৮৭৮খন কাৰ্ড ইছ্যু কৰা হৈছে
  • ইতিমধ্যে ১লাখ লোকে নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিছে
  • ১ লাখ ২৬ হাজাৰ ১২৩জন লোকৰ ভুৱা ৰেচন কাৰ্ড বাতিল হৈছে
  • এতিয়াৰে পৰা দেশৰ যিকোনো স্থানত ৰেচন সংগ্ৰহ কৰিব পাৰিব
  • ৰেচন পাবলৈ হ’লে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে
  • এই পৰ্যন্ত অসমত২৮ শতাংশ লোকেহে আধাৰ কাৰ্ড বনাইছে
  • অসমত Electronic Point of Sell Device ব্যৱহাৰ হ’ব
  • এই মেচিনৰ যোগেদি দেশৰ যিকোনো স্থানৰ পৰা ৰেচন ল’ব পাৰিব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...