অসমত ওলাল তালিবান সমৰ্থক! ১৪জনক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰা ১৪জনক গ্ৰেপ্তাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান। ১০খন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৩জনক। দৰঙত এজন, কামৰূপত ৩জন, ধুবুৰীত ২জন। হোজাইত এজন, কৰিমগঞ্জৰ পৰা এজনক গ্ৰেপ্তাৰ। বৰপেটাত ২জন, দক্ষিণ শালমাৰাত এজন। গোৱালপাৰাত এজন, কাছাৰৰ পৰা এজনক গ্ৰেপ্তাৰ। ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি একাংশ লোকে আলোচনাত মিলিত হৈছিল। ‘ক্লাব হাউছ’ নামৰ ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত আলোচনা কৰিছিল তালিবানৰ সমৰ্থনত।

তালিবানক সমৰ্থন কৰাৰ অপৰাধত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪জনক গ্ৰেপ্তাৰ:

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...