কাইলৈ ঘৰলৈ আহিব লাভলীনা

কাইলৈ দিল্লীৰ পৰা বৰপথাৰৰ ঘৰলৈ আহিব লাভলীনা বৰগোহাঁই। ইতিমধ্যে বৰপথাৰত লাভলীনাক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। তাৰ পূৰ্বে আজি পুৱা লাভলীনা সহিতে অলিম্পিকৰ পদকবিজয়ী সকলৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এখন বাছত পদকবিজয়ী সকলক লৈ যোৱা হয় প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহলৈ। খেলুৱৈসকলৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰিয়েই আৰু অধিক উৎসাহ-উদ্যমেৰে খেলি যাবলৈ উৎসাহ দিয়ে। লগতে পদকবিজয়ী সকল দেশৰ উদীয়মান খেলুৱৈসকলৰ বাবে অনুপ্ৰেৰণাৰ উত্স বুলি মন্তব্য কৰে মোদীয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...