শিলচৰত নিশা গুলীচালনাৰ ঘটনা

শিলচৰত নিশা গুলীচালনাৰ ঘটনা
নাজিব হুছেইন বৰভূঞালৈ লক্ষ্য কৰি গুলীচালনা
শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা
ভূমি সমস্যাক লৈ সংঘটিত হয় গুলীচালনাৰ ঘটনা
আলা উদ্দিন লস্কৰ আৰু নাজিম উদ্দিন লস্কৰৰ মাজত সংঘাত
নাজিব হুছেইন বৰভূঞাও উপস্থিত আছিল ঘটনাস্থলীত
দুয়োকে বুজোৱাৰ চেষ্টা চলাইছিল নাজিব হুছেইন বৰভূঞাই
ইয়াৰ মাজতে দুৰ্বৃত্তই গুলীচালনা কৰে তিনিওজনলৈ লক্ষ্য কৰি
এই ঘটনাত হাতত গুলী লাগে নাজিব হুছেইন বৰভূঞাৰ
নাজিম উদ্দিন লস্কৰৰো কঁকালত গুলী লাগিছে
দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় লোকে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় দলত ৰোহিত যুগৰ অৱসান?

ইংলেণ্ডৰ বিৰুদ্ধে ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা...

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...