কাইলৈৰ পৰা নতুন SOP

  • বঙাইগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল।
  • স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৰাজ্যৰ নতুন SOP।
  • কাইলৈ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন SOP।
  • আন্তঃজিলা যাতায়াত পূৰ্বৰ দৰে বন্ধ থাকিব।
  • পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা থাকিব দোকান।
  • সকলো জিলাতে প্ৰযোজ্য হ’ব এই নতুন SOP।
  • ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ সম্ভাৱনা।
  • সকলো জিলাত ১১ ঘণ্টা লৈ বাহাল থাকিব কাৰ্ফিউ।
  • বিয়লি ৫ বজালৈ দোকান-পোহাৰ খোলা থাকিব।
  • স্কুল-কলেজৰ ক্ষেত্ৰত অনলাইন ক্লাছ অব্যাহত থাকিব।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’...