অসমত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

গুৱাহাটী, ২০ জুলাই, NKTV: দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত মোহন ভাগৱত। দ্বিতীয়বাৰলৈ বিজেপি শাসনলৈ অহাৰ পিছত মোহন ভাগৱতৰ প্ৰথম অসম ভ্ৰমণ। বিয়লি ৪.৩০ বজাত গুৱাহাটীত অৱতৰণ কৰে RSS প্ৰধান গৰাকীয়ে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষ RSSৰ পদাধিকাৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব মোহন ভাগৱত। বুধবাৰে দিনৰ ১১ বজাত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকিব ভাগৱত। ননিগোপাল মহন্তৰ গ্ৰন্থ উন্মোচন কৰিব মোহন ভাগৱতে। শংকৰদেৱ কলাক্ষেত্ৰত উন্মোচন কৰিব গ্ৰন্থ। বিয়লিভাগলৈ চেন্নাইলৈ উভতি যাব RSS প্ৰধান মোহন ভাগৱত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...