পৰীক্ষাৰ পিছত ঘূৰাই দিব লাগিব চৰকাৰে দিয়া ম’বাইল সমূহ

গুৱাহাটী, ২০ জুলাই, NKTVঅনলাইন ক্লাছৰ বাবেহে ছাত্ৰ-ছাত্ৰীক ম’বাইল দিব চৰকাৰে। পৰীক্ষাৰ অন্তত পুনৰ চৰকাৰক ম’বাইল ফোন ঘূৰাই দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। মঙলবাৰে বিধানসভাৰ মজিয়াত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছাত্ৰ-ছাত্ৰীক দিয়া ম’বাইল ঘূৰাই নিব চৰকাৰে
অনলাইন ক্লাছৰ বাবেহে ছাত্ৰ-ছাত্ৰীক দিব ম’বাইল
নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ম’বাইল দিয়াৰ ঘোষণা বাজেটত
পৰীক্ষাৰ পিছত পুনৰ চৰকাৰে ঘূৰাই নিব ম’বাইল
নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ম’বাইল দিব চৰকাৰে
বাজেটত ৮০০ কোটি টকাৰ প্ৰস্তাৱ দিছিল বিত্তমন্ত্ৰীয়ে
দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মুখত বিৰিঙিছিল হাঁহি
পৰীক্ষাত উত্তীৰ্ণ হ’লেই ম’বাইল ঘূৰাই দিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে
ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইন্টাৰনেট সেৱা যোগান ধৰিব চৰকাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...