মূল্যবৃদ্ধি হোৱা মানেই দেশখনৰ উন্নয়ন হোৱা : ৰূপম গোস্বামী

গুৱাহাটী, ১৭ জুলাই, NKTV:  বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল। সংবাদমেল সম্বোধন মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ। পোনপ্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে, মহিলা সৱলীকৰণৰ বাবে এয়া উদাহৰণ, মাইক্ৰ’ফানেন্সৰ ঋণৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে। অৰ্থনীতিৰ সংজ্ঞাৰে মূল্যবৃদ্ধি সন্দৰ্ভত ৰূপম গোস্বামীয়ে কয়, মূল্যবৃদ্ধি হোৱা মানেই দেশখনৰ উন্নয়ন হোৱা, এতিয়া জীয়াই থকাটোৱেই ডাঙৰ চেলেঞ্জ।

জনসাধাৰণৰ ওপৰত কোনো অতিৰিক্ত কৰৰ বোজা জাপি দিয়া নাই, অসমক স্বাৱলম্বী কৰিবলৈ যথেষ্ট আঁচনি গ্ৰহণ বাজেটত,সামগ্ৰিকভাৱে চৰকাৰখনে শিক্ষাখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিছে,আন্তঃগাঠনি, গ্ৰাম্য উন্নয়ন, গৃহ বিভাগ আদিত অধিক গুৰুত্ব দিছে,প্ৰতিটো শ্ৰেণী, প্ৰতিটো বৰ্গক এই বাজেটে স্পৰ্শ কৰিছে,অহা বছৰ ফেব্ৰুৱাৰীত আকৌ নতুন বাজেট আহিব,এই বাজেটখন আহিবলগীয়া বাজেটৰ এটা আভাস হে,ভাৰতৰ ৫ ৰাজ্যৰ ভিতৰত অসমক শক্তিশালী কৰিবলৈ এই বাজেট।

কংগ্ৰেছে ভাবিবই পৰা নাই যে এখন চৰকাৰে ৮০ হাজাৰ কোটি খৰছ কৰিব পাৰে,বিধৱা, দিব্যাংগ, বৃদ্ধ পেঞ্চন এইবোৰ কম সকাহ নে,এয়া কংগ্ৰেছে ভাল পোৱা নাই, সমালোচনা কৰাটো স্বাভাৱিক,দুৰ্নীতিৰে ধন আহৰণৰ হে ব্যৱস্থা লাগে কংগ্ৰেছে, কৰ’না কালত মূল্যবৃদ্ধি অস্বাভাৱিক নহয়,জনসাধাৰণৰ আয় বৃদ্ধিৰ ব্যৱস্থা কৰিছে চৰকাৰে : ৰূপম গোস্বামী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...