১ অক্টোবৰৰ পৰা বৃদ্ধি বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম

১ অক্টোবৰৰ পৰা ১৯ কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। চহৰভেদে এই মূল্যবৃদ্ধিৰ পৰিমাণ ভিন্ন হৈছে।

এই মূল্যবৃদ্ধিৰ প্ৰভাৱ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহৃত ১৯ কেজিৰ LPG চিলিণ্ডাৰৰ ওপৰত পৰিব।

অৱশ্যে ঘৰুৱা গ্ৰাহকে ব্যৱহাৰ কৰা ১৪.২ কেজিৰ LPG চিলিণ্ডাৰৰ দামত এইবাৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...

নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন, ৮০% অংশত বন্ধ দিখৌ নৈৰ প্ৰবাহ; আকৌ আহি আছে নেকি ভয়াৱহ পৰিস্থিতি?

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দিখৌ নৈৰ উজানত সংঘটিত হোৱা ভূমিস্খলনক...

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন...

নাই সুচল পথ, নাই স্থায়ী দলং; নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং সাজি যাতায়াত ৰাইজৰ

চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ,...