এইবাৰ ৱেব চিৰিজত জয়া বচ্চন

গুৱাহাটী, ২৬ জুন, NKTV: এইবাৰ ৱেব চিৰিজৰ বাবে সাজু হৈ উঠিছে বৰ্ষীয়ান অভিনেত্ৰী জয়া বচ্চন। জানিব পৰা মতে SADABAHAR নামৰ এখন ৱেব চিৰিজত ভূমুকি মাৰিব অভিনেত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৱেব চিৰিজখনৰ ছুটিঙৰ কাম আৰম্ভ হৈছে। যদিও মহামাৰী ক’ভিডৰ দ্বিতীয় ৱেভৰ বাবে স্তব্ধ হৈ পৰে ৱেব চিৰিজ SADABAHARৰ চিত্ৰগ্ৰহণ।

বৰ্তমান মহাৰাষ্ট্ৰত পৰিৱেশ কিছু সুস্থিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছু শিথিল কৰিছে ক’ভিড নীতি। যাৰ বাবে স্তব্ধ হৈ পৰা ৱেব চিৰিজ খনৰ চিত্ৰগ্ৰহণ পুনৰ আৰম্ভ হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...