হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ মন্ত্ৰীক দপ্তৰ বিতৰণ

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ।
হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ মন্ত্ৰীক দপ্তৰ বিতৰণ।
ৰামেশ্বৰ তেলীক শ্ৰমিক কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব।
চাহ-জনজাতি আৰু আদিবাসী উন্নয়নৰ দপ্তৰ তেলীক।
অতুল বৰাক পঞ্চায়ত-গ্রামোন্নয়ন, অসম চুক্তি ৰূপায়ণ দপ্তৰ।
সীমা সুৰক্ষা আৰু উন্নয়নৰ লগতে আবকাৰী দপ্তৰ অতুল বৰাক।
চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব।
অজন্ত নেওগক মহিলা আৰু শিশু কল্যাণ, পৰ্যটন বিভাগৰ দায়িত্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...