সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, সোণাৰিত চাঞ্চল্য

সোণাৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। টাওকাক নদীত উদ্ধাৰ আফ্ৰিন আহমেদ নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ। নাফুক শিঙৰিতলী বঙালী গাঁৱৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহটো। ৪ দিন পূৰ্বৰে পৰাই সন্ধানহীন হৈ আছিল চফ্ৰাই চাহ বাগিচাৰ আমতাৰ আফ্ৰিন নামৰ কিশোৰীগৰাকী। সোণাৰি জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল আফ্ৰিন। কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে।

কেৱল TV বা সামাজিক মাধ্যমতেই নহয়, এতিয়াৰে পৰা এপৰ জৰিয়তেও লাভ কৰিব প্ৰতি মুহূৰ্তৰ খবৰ। এতিয়াৰে পৰা PLAY STOREত উপলব্ধ NKTV এপ। পাহাৰ-ভৈয়াম, উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰৰ খবৰ ততালিকে পাবলৈ এতিয়াই PLAY STOREৰ পৰা ডাউনলোড কৰক NKTV এপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...