বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে।গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন আন ৬জন। মুঠ ১২গৰাকী বিবাহযাত্ৰী আছিল বাছখনত। ধৌলনা-গুলাৱতী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। বিবাহ সম্পন্ন কৰি উভতি আহি আছিল বাছখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহকেইটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...