মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ। পুৱাই শোকাৱহ ঘটনাই জোকাৰিছে ধুবুৰীৰ বিনপট্টি। ধুবুৰী-কামাখ্যা ৰে’লৰ খুন্দাত নিহত যুৱকজন। মৃত যুৱকজন বাহাদুৰটাৰিৰ খোকন হাৱালদাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনাক লৈ সমগ্ৰ অঞ্চজুৰি শোকৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...