শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব মোদীয়ে। নামৰূপতো এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে। সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। ঠায়ে ঠায়ে সাজু কৰা হৈছে বেৰিকেড। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন কৰা হৈছে অস্থায়ী মঞ্চ। অস্থায়ী মঞ্চত পৰিৱেশন হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান। বিমানবন্দৰৰ পৰা বশিষ্ঠলৈ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আদৰি অনা হ’ব মোদীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...