বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড।
কেইবাটাও অমানৱীয় অপৰাধৰ গোচৰত দোষী সাব্যস্ত।
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে ৰায়।
২০২৪ৰ ছাত্র আন্দোলনক লৈ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
১৪০০ লোকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত শ্বেখ হাছিনা।
হাছিনাৰ লগতে আন দুজনকো দোষী সাব্যস্ত আদালতৰ।
প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালকো মৃত্যুদণ্ড।
প্ৰাক্তন IGP চৌধুৰী আব্দুল্লা আল মামুনক ৫ বছৰৰ কাৰাদণ্ড।
IGP চৌধুৰী আব্দুল্লা আল মামুনক মৃত্যুদণ্ডৰ পৰা ৰেহাই।
ঘটনাৰ ৰাজসাক্ষী হ’ব চৌধুৰী আব্দুল্লা আল মামুন।
ন্যায়াধীশ মহঃ গোলাম মূৰ্তাজা মজুমদাৰৰ আদালতৰ এই ৰায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...