গুৱাহাটীত পথৰ মাজতেই গুৰুলা গুৰুলকৈ প্রহাৰ এজন যুৱকক

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি গুৱাহাটী? নে অপৰাধ প্ৰৱণতাই ছানি ধৰিছে কংক্ৰিটৰ মাজত বাস কৰা মহানাগৰিকৰ মনবোৰ? দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ অপৰাধ। এইবাৰ মহানগৰীৰ গণেশগুৰিৰ ৰাজপথত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। পথৰ মাজতেই গুৰুলা গুৰুলকৈ প্রহাৰ এজন যুৱকক। এগৰাকী যুৱতীক কেন্দ্র কৰি এই মাৰপিটৰ ঘটনা। ভাড়াঘৰৰ পৰা গণেশগুৰিলৈ আনি প্ৰহাৰ কৰে যুৱকজনক। পথত বগৰাই বগৰাই মাৰপিট কৰাৰ দৃশ্য বন্দী হয় কেমেৰাত। আক্রমণৰ বলি হোৱা যুৱকজন এজন ইউটিউবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...