মহাকাশচাৰী সুভাংশু শুক্লাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

মহাকাশচাৰী সুভাংশু শুক্লাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। সুভাংশুক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে সুভাংশুক ক’লে, ‘বৰ্তমান আপোনাৰ গৃহ চহৰৰ পৰা বহু দূৰৈত আছে আপুনি। কিন্তু ভাৰতবাসীৰ অন্তৰত স্থান অধিকাৰ কৰিছে আপুনি। আপোনাৰ নামটো শুভ আৰু যাত্ৰাও শুভ। ভাৰতবাসীৰ বাবে এক নতুন যুগৰ শুভ আৰম্ভণি কৰিছে আপুনি। ১৪০ কোটি ভাৰতীয়ৰ অন্তৰত স্থান লাভ কৰিছে আপুনি।’ বৰ্তমান আন ৩ মহাকাশচাৰীৰ সৈতে ISSত আছে সুভাংশু শুল্কা। ভিডিঅ’ কনফাৰেন্সযোগে সুভাংশুৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...