বিমানবন্দৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ। আক্ৰমণৰ পিছতে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। এই ঘটনাত কথমপি ৰক্ষা ৰাছিয়া অভিমুখী ভাৰতৰ প্ৰতিনিধি দল। DMKৰ নেত্ৰী কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ গৈছে প্ৰতিনিধি দলটো। মস্কোৰ বিমানবন্দৰত ইউক্ৰেইনৰ এই আক্ৰমণ।