ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ সংহাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলা। ৰঙালীৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ সংহাৰ। বতাহ-ধুমুহাই ব্যাহত কৰিছে স্বাভাৱিক জীৱন। ধুমুহাত ভিন্ন প্ৰান্তত উভালি পৰিছে গছ। ধুমুহাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে বৰষুণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...