গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস। মহিলাৰ বেগৰ পৰা থপিয়াই নিলে ১০ লাখ টকা। এখন বাইকত আহিছিল ২ দুৰ্বৃত্ত। মহিলাই গোটৰ পৰা ঋণ লোৱা ১০ লাখ টকা লৈ গ’ল চিলনী চোৰে। মহিলাকেইগৰাকীয়ে ঘৰ অভিমুখে খোজ কাঢ়ি গৈ থকা অৱস্থাতে এই ঘটনা। গোলাঘাট সদৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাকেইগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...