মহানগৰীত কুকুৰক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা, ৩ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ

সোমবাৰে নিশা মহানগৰীৰ লখৰাত চাঞ্চল্যকৰ ঘটনা। ৩ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে এজন লোকে। কুকুৰক কেন্দ্ৰ কৰিয়েই সংঘটিত হ’ল এই আক্ৰমণৰ ঘটনা। আক্ৰমণকাৰী ৰিজিত বসুমতাৰী বুলি চিনাক্ত। প্ৰায়ে অঞ্চলটোৰ কুকুৰক আক্ৰমণ কৰাৰ ৰিজিত বসুমতাৰীৰ বিৰুদ্ধে। অঞ্চলবাসীয়ে এই বিষয়ে অভিযোগ উত্থাপন কৰাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৩ যুৱকক। হৰিচৰণ দাস পথৰ ৰামকৃষ্ণ ভৱনত এই ঘটনা। ঘটনাস্থলীত উপস্থিত বশিষ্ট আৰক্ষী

Popular

More like this
Related

বিশ্বৰ সবাতোকৈ প্ৰদূষিত অঞ্চল অসম–মেঘালয় সীমান্তৰ বৰ্ণিহাট

বিষ বাষ্পৰ কৱলত সমগ্ৰ ভাৰত। বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰসমূহৰ...

২৬ মাৰ্চত আৰ আৰ-কে কে আৰৰ গুৱাহাটীৰ মেচলৈ শ্বাহৰূখ

২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা...

উগ্ৰপন্থীৰ দলে হাইজেক কৰিলে যাত্ৰীবাহী ৰে’ল

পাকিস্তানত ভয়ংকৰ ঘটনা। এখন যাত্ৰীবাহী ৰে’লকে হাইজেক কৰিলে উগ্ৰপন্থীৰ...

ম্যানমাৰৰ নাগৰিকে অৰুণাচলত কৰিলে কানিৰ খেতি

এইবাৰ বহিঃৰাজ্যৰ নহয়, বাহিৰৰ দেশৰ দুষ্কৃতিকাৰী সোমাইছে দেশত! ম্যানমাৰৰ...