নিথৰুৱা হৈ ৰ’ল উদীয়মান কণ্ঠশিল্পী কমলিকা

কেনেকৈ মানি লোৱা যায় এই বাস্তৱ! কোনোদিন উভতি নহাৰ বাটেৰে গ’লগৈ মাতৃ ভিতালী দাস। জীয়ৰীৰ ছাঁটো হৈ ৰৈ গৈছিল পিতৃ ভূপেন দাস। কিন্তু আজি একে বাটেৰেই গ’লগৈ পিতৃও। নিথৰুৱা হৈ ৰ’ল উদীয়মান কণ্ঠশিল্পী কমলিকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...