শীতৰ বতৰত এবিধ সহজলভ্য শাক হৈছে লাইশাক

বহুতে ভাজি বা চাটনি কৰি লাই শাক খাই ভাল পায়

জানেনে লাই শাকৰো আছে বহু উপকাৰী গুণ?

লাই শাক খালে কৃমি নাশ হয়

লাই শাকে আমাৰ ভোক বঢ়ায়

কফ হৈ থকা ৰোগীয়ে লাইশাক খালে সুফল পোৱা যায়

ছালৰ বাবেও উপকাৰী এই লাই শাক