আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা মৰণোত্তৰ পৰীক্ষা কৰি নিয়া হয় বাসগৃহলৈ। তেজপুৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা। ২ ভাতৃৰ মৃতদেহ নিয়াৰ পিছত অধিক শোকাকুল হয় পৰিস্থিতি। সতীয়া ভাতৃয়ে হত্যা কৰিলে ২ ভাতৃক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ঘটনাক লৈ আজিও চাঞ্চল্য অব্যাহত।

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু! লেখকৰ পৰিচয় বিচাৰি CIDৰ...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...