অৱশেষত জামিন লাভ কৰিলে চুমি বৰাই। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত জামিন লাভ চুমি বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। CBIৰ গোচৰত জামিন লাভ চুমি বৰাৰ। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ। ডিব্ৰুগড় থানাৰ ৩৫২/২৪ নম্বৰৰ গোচৰটোত জামিন লাভ চুমি বৰাৰ। চুমি বৰাৰ হৈ যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা আনন ভূঞাই।